এই ক্ষেত্ৰত লক্ষ্যনীয় ভাৱে অনলাইন সংহত ভূমিলেক্ষ্য পৰিচালনা ব্যৱস্হাৰ আওঁতাত চাৰিটা অতিশয় গুৰুত্বপূৰ্ণ ই-প্ৰকল্প- স্হাৱৰ সম্পত্তিৰ বিক্ৰী তথা মালিকানা হস্তান্তৰৰ ক্ষেত্ৰত আপত্তিহীন প্ৰমান পত্ৰ প্ৰদান, ধৰিত্ৰী-ভূমিলেক্ষ্য পৰিচালনা আৰু পৰিবৰ্দ্ধন ব্যৱস্হা, ই-পঞ্জীয়ন অনলাইন যোগে সম্পত্তিৰ পঞ্জীয়ন তথা ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্হাক ইয়াৰ সৈতে সাঙুৰি লোৱা হৈছে। এই সংহত ভূমিলেক্ষ্য পৰিচালনা ব্যৱস্হাৰ যোগেদি সাধাৰণ নাগৰিকে ভূমি সম্পৰ্কীয় নথি-পএ পৰ্য্যবেক্ষন/পৰীক্ষা কৰাৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ যোগেৰে মাটি-বাৰী বিক্ৰী, হস্তান্তৰ, পঞ্জীয়ন আদিৰ ক্ষেত্ৰত দুৰ্নীতি মুক্ত কৰি নিম্নস্তৰৰ জনসাধাৰনক খৰতকীয়া সেৱা আগবঢাব পৰা যাব।
সবিশেষৰ বাবে --->Search Jamabandi Copy
NOC for Transfer of Immovable Property
Assesment of the Stamp Duty & Registration fee for reg.
Bhunaksha--Currently not available as Map updation and verification process is in progress !!
/h6>Bhunaksha